"মাকছুদু Single Single কৈ নেথাক"
       মই তেতিয়া Gargaon collegeৰ Fresher মানে first semৰ বেছেৰা লৰা। Admissionৰ timeত টো সকলো ঠিকেই,Classও ভালে হয় কিন্তু কেল্লা পঢ়িবলৈহে mode নাই । কাৰণটো হল single ।  আছলতে কি হৈছিল জানিবলৈ time machineৰ জৰিয়তে  অলপ পাছলৈ যাব লাগিব
          মই HSLC ত  মুটা মুটি ভাল mark য়েই পাইছিলো কিন্তু কেল্লা High Secondaryত এই মোবাইলটোৱে বৰবাদ দিলে। High Secondaryত 1st Yearত  কেল্লা যিহে লাডু অকৰা আছিলো ছোৱালী বুলি কলে অকল লগৰ গাহৰি কিজনিহে। 2nd Year  পালো ভাবিছিলো এইবাৰ মোবাইল টো অলপ ৰিম। Facebook,Whats App, Instagram ছব deleteও কৰিলো। তাৰ পাছত আহিলে নহয় Sasma পিন্ধি Cuteness দেখাই থকা Cutie-pie এজনীতাৰ পাছত কি আৰু পৰীক্ষা লৈকে Jio জিন্দাবাত তাৰ পাছত ছোৱালী মূৰ্দাবাত। শেষত Facebookত "Single life is best" । তাৰ পাছত HSৰ Result আহিল তাৰ পাছত ঘৰৰ পৰা দুদিন বাহিৰত থাকিব পালো, সকলোৰে দৰে পাপাৰ গালি শুনিব নোৱাৰি। "পঢ়াই পঢ়াই ইমান খৰচ কৰিলোঁ পানীত পেলালি,গৰু, গাধৰ ওলাই যা ঘৰৰ পৰা"এইটো example আছিলে। তাৰ পাছত যেনিবা এখন ভাল কলেজ (Gargaon College) ভাল এটা Department Geologyত  Sit পালো ।
তাৰ পাছত কিন্তু ছোৱালী ধান্দা মাৰা নাই‌, 1 m আঁতৰত কৰুণা ডিচটেন্স মনা দৰে ছোৱালী পৰা আঁতৰত।
                 শিৱসাগৰত  নাজিৰাৰ ৰোম এটাত আছো‌ তাত গোটেই গালে যিহে চেনী খাইহে থাকে নে খুৱাই থাকে ইমান ফোনত কথা পাতি থাকে। কেল্লা মোৰো Cutie-pie জনিলৈ মনত পৰি যায়। নোৱাৰো যে call কৰিব এতিয়া। ফোন কৰিলেই তাইৰ মতাই Receive কৰিব তাৰ পাছত কোন বুলি সুধিব, মই কম Ex বুলি তাৰ পাছত তাইৰ এইকেইদিন মতাৰ জাঙিৰা ধুই ধুই কোমল হৈ থকা হাতখন বেখেল খুৱাই পেলাব। বাদ দে আৰু নেলাগাই ফোনেই নকৰো ছেট।
           1st দিনা কলেজ গৈছো মোক লগৰ এটাই নামটো শুধা পাছত Direct শুধিছে তোমাৰ GFৰ নাম কি????? মই ভাবিছোঁ "অঅ'"  কেলা বন্ধু ঘৰ কত মোৰ সেইটো  টো আগত শুধা। মানে Gf নহ'লে লাজ খাব লাগিব আৰু থাকিলে মথাকামুৰণিৰ টেবলেট খাব লাগিব। মানে কিবা নহয় কিবা খাবই লাগিব, কোনটো Choice কৰিম এতিয়া। না মই Singleয়েই ঠিক আছো। সেইকাৰণে লগৰ বোৰে Single বুলি নাম দি দিলে। এদিন এনেকৈয়ে লগৰ কেইটাই কামোৰ দি আছিল,  কি হৈছিল জানো; ঘপককে কৈ পালো নহয় "মাকছুদু Single Single কৈ নেথাক"। সেইদিনাৰ পৰা সি‌‌ঁহতি মানে লগৰ কেইটাই ভালকৈ মতা নাই। আৰে তহঁতি মোক বুজ ছুন। যেতিয়া মই আকৌ মোৰ Cuteipie  এজনী পাম তেতিয়া কিবা এটা হব আৰু।অতিয়াটো এৰি দে, সদাই সদাই আমনি লগা কথা শুনি ভাল নেলেগে টো । 
   এতিয়া গম পালা কিয় পঢ়াত Mode বেয়া হৈ আছে।
মুঠতে জনি লোৱা যে কলেজত পঢ়িব হলে HSৰ certificateৰ লগত GFও required   । 
                                                        Written By Complecatedboy......


( I requested everyone to don't take it negatively,its just for Entertainment purpose.)